মহিলা টেষ্ট ক্ৰিকেটত স্থান লাভ অসম কন্যা উমা চেত্ৰীৰ। ভাৰতীয় মহিলা A দলত স্থান লাভ উমা চেত্ৰীৰ। ১৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট মেচ। পুৱা ৯:৩০ বজাৰ পৰা মুম্বাইত অনুষ্ঠিত হ’ব মহিলা টেষ্ট।