কাছাৰ-ডিমা হাছাও সীমান্তৰ জিনাম ভেলীত এনকাউন্টাৰ
ডিমাচা আৰক্ষীৰ গুলীত নিহত HPC(D)ৰ এজন কেডাৰ
পুৱতি নিশা সংঘটিত হয় এই ঘটনা
এখন বাহনৰ চালকক পিষ্টল দেখুৱাই লুটপাটৰ চেষ্টা
উগ্ৰপন্থীৰ চালকক উদ্দেশ্যি দুই ৰাউণ্ড গুলীও চলাইছিল উগ্রপন্থীসকলে
সীমান্তত নিয়োজিত ডিমাচা আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত
আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ সূত্রপাত ঘটে
ঘটনাত ডিমাচা আৰক্ষীৰ গুলীত থিতাতে নিহত উগ্রপন্থী কেডাৰ
