Thursday, March 12, 2026
Homeঅসমগুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা অধিবক্তা সমাজৰ অধিকাংশৰ

গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা অধিবক্তা সমাজৰ অধিকাংশৰ

  • গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা অধিবক্তা সমাজৰ অধিকাংশৰ
  • গুৱাহাটী হাইক’ট বাৰ এছ ‘চিয়েছনৰ গোপন ভোটিঙৰ ফলাফল ঘোষণা
  • স্থানান্তৰৰ সপক্ষে ১৫৪ অধিবক্তাৰ ভোটদান
  • স্থানান্তৰৰ বিপক্ষে ভোটদান কৰিলে ১১৬৪ গৰাকী অধিবক্তাই
  • সোমবাৰৰ পৰা শুকুৰবাৰলৈ হৈছিল গোপন বেলটৰ এই ভোটদান প্রক্রিয়া
  • হাইক’ট স্থানান্তৰৰ তীব্ৰ বিৰোধিতা কৰি আছিল বাৰ এছ চিয়েচনে
  • এটা পক্ষৰ মতে স্থানান্তৰৰ বিৰোধিতা কৰিছিল মাত্র মুষ্টিমেয় কেইজনমান অধিবক্তাইহে
  • ফলাফলত কিন্তু অধিকাংশ অধিবক্তাই স্থানান্তৰৰ সিদ্ধান্তৰ বিৰুদ্ধে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments