Tuesday, March 10, 2026
Homeঅসম৭০ মেগাৱাট সৌৰ প্ৰকল্প উদ্বোধন

৭০ মেগাৱাট সৌৰ প্ৰকল্প উদ্বোধন

কোকৰাঝাৰ জিলাৰ সীমান্তবৰ্তী তথা ধুবুৰী জিলাৰ খুদীমাৰী পাৰ্ট ২ ত ৭০ মেগাৱাট সৌৰ প্ৰকল্প উদ্বোধন ।

৩৫০ কোটি ব্যয় সাপেক্ষে নিৰ্মিত ৭০ মেগাৱাট সৌৰ প্ৰকল্প উদ্বোধন কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই ।

১০০০ বিঘা ভূমিত নিৰ্মিত এই সৌৰ প্ৰকল্পই প্ৰতিবছৰে ১৪১ মিলিয়ন ইউনিট উৎপাদন কৰিব ।

প্ৰকল্প উদ্বোধন কৰি মুখ্যমন্ত্ৰীৰ বহু গুৰুত্বপূৰ্ণ মন্তব্য …

প্ৰকল্প উদ্বোধন কৰি সুখী মুখ্যমন্ত্ৰী ।

আমি উচ্ছেদ কৰি প্ৰকল্প নিৰ্মান কৰিছো ।

ধুবুৰীত খিলঞ্জীয়াৰ ভয় এতিয়া কমিছে ।

পুণৰাই এনডিএ চৰকাৰ গঠন কৰিব ।

অনাগত সময়ছোৱাতো সকলোকে লৈ আগবাঢ়ি যোৱা হ’ব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments