- গুৱাহাটীত উপস্থিত দেশৰ নিৰ্বাচন আয়োগৰ দল।
- বৰঝাৰ বিমানবন্দৰত উপস্থিত মনীশ গাৰ্গ, পৱন কুমাৰ শৰ্মা।
- দলটোত আছে সঞ্জয় কুমাৰ, ভানু কুমাৰ য়াতুব।
- উপ-আয়ুক্তৰ নেতৃত্বত দুদিনীয়া কাৰ্যসূচীৰে আহিছে দলটো।
- ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বুজ ল’ব দলটোৱে
