বাক্সাৰ মুছলপুৰত বিপিএফৰ দিছপুৰ যাত্ৰা কাৰ্যসুচীত হাগ্ৰামা মহিলাৰী ৷প্ৰধানমন্ত্ৰী বিটিএডি ভ্ৰমন বিটিচিৰ কাৰণে শুভ সংবাদ ৷বিটিএডিৰ ১৫ খন বিধানসভা আসন এন ডি এ হিচাপে জয়ী হব ৷অহা ৯ মাৰ্চত বাক্সাত ঘোষণা হব বিপিএফৰ প্ৰাৰ্থীৰ তালিকা ৷ বিধানসভা নিৰ্বাচনত ইউ পি পি এলৰ সৈতে কোনো সম্পৰ্ক নাথাকে বিপিএফৰ ৷বৰ্তমানলৈ আসন ভাগ বতৰাক লৈ বিজেপিৰ সৈতে হোৱা নাই চুড়ান্ত সিদ্ধান্ত ৷প্ৰমোদ বড়ো ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাক লৈ মন্তব্য হাগ্ৰামা মহহিলাৰীৰ ৷বিটিচিৰ উন্নয়নৰ স্বাৰ্থত ৰাজ্যসভাত কৈ বিধানসভা নিৰ্বাচনহে অধিক গুৰুত্বপূৰ্ন ৷আগন্তুক দিনত অসমৰ মুখ্যমন্ত্ৰী হব ড: হিমন্ত বিশ্ব শৰ্মা ৷দিছপুৰ যাত্ৰাৰ কাৰ্যসুচীৰ পূৰ্বে মুছলপুৰ কনিষ্ঠ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা মুছলপুৰ দুৰ্গামন্দিৰ প্ৰাংগনলৈ প্ৰায় দুই কি : মি : পথ পদযাত্ৰাৰে উপস্থিত হয় দলীয় সভাত ৷পদযাত্ৰাত বিপিএফৰ ই এম ,জিএম ৰ লগতে দলীয় নেতৃত্ব উপস্থিত থাকে ৷
