Wednesday, April 22, 2026
Homeঅসমশ্যামকানু মহন্তৰ মিথ্যাচাৰ ফাদিল

শ্যামকানু মহন্তৰ মিথ্যাচাৰ ফাদিল

শ্যামকানু মহন্তৰ মিথ্যাচাৰ ফাদিল

জুবিন গাৰ্গক সুৰা যোগান নধৰিবলৈ হোটেল কর্তৃপক্ষক মেইল কৰিছিল শ্যামকানুৱে

কিন্তু প্রবাসী অসমীয়া অভিমন্যুৰ দ্বাৰা শ্যামকানু মহন্তই জুবিন গাৰ্গক যোগান ধৰিছিল সুৰাৰ বটল

মিথ্যাছাৰ ফাদিল কৰিলে খোদ প্রবাসী অসমীয়া সাক্ষীয়ে

আদালতত এই কথা উপস্থাপন কৰিলে চৰকাৰী অধিবক্তাই

আজি সম্পন্ন নহ’ল শ্যামকানুৰ জামিন আৱেদনৰ শুনানি

কাইলৈ পুনৰ হ’ব জামিনৰ শুনানি

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments