যোৰহাটত চাৰি স্কুলীয়া ছাত্ৰ – ছাত্ৰী নিৰুদ্দেশৰ ঘটনাৰনতুন মোৰ । সন্ধানহীন পৰিয়ালৰ দাবী গাঁৱৰে এজন যুৱকে অপহৰণ কৰি নিছে ছাত্ৰ ছাত্ৰী চাৰি গৰাকীক ।
উল্লেখযোগ্য যে শনিবাৰে পশ্চিম যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অৰ্ন্তগত দুই ছাত্ৰী আৰু দুজন ছাত্ৰ বিদ্যালয়ৰ পোছাকত নিৰুদিষ্ট হোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল।
ছাত্ৰী দুগৰাকী এগৰাকীক দশম শ্ৰেণীৰ আৰু এগৰাকী সপ্তম শ্ৰেণীৰ। উল্লেখ্য যে এক বিশেষ টোকা লিখি ঘৰৰ পৰা অন্তধ্যান দুই পুত্ৰ ছাত্ৰী ।পৰিয়ালৰ লোকৰ এজাহাৰ দাখিল কৰিছিল ISBT আৰক্ষী চকীত ।
