Saturday, June 13, 2026
Homeক্ৰীড়াইণ্ডিয়া ‘এ’ দলৰ অধিনায়কৰ দায়িত্বত ৰাজস্থান ৰয়েলছৰ তাৰকা

ইণ্ডিয়া ‘এ’ দলৰ অধিনায়কৰ দায়িত্বত ৰাজস্থান ৰয়েলছৰ তাৰকা

একেদিনাই BCCIএ দিলে কেইবাটাও চমক। আয়াৰলেণ্ড, ইংলেণ্ড আৰু এছিয়ান গেমছৰ বাবে দল ঘোষণা কৰিলে BCCIএ। টি-২০ বিশ্বকাপ জয়ী হোৱাৰ পিছতে ভাৰতীয় টি-২০ দলৰ পৰা বাদ পৰিল অধিনায়ক সূৰ্যকুমাৰ যাদৱ। কেৱল অধিনায়ক সূৰ্যকুমাৰেই নহয়, দলৰ পৰা বাদি পৰিল কেইবাগৰাকীও টি-২০ বিশ্বকাপ বিজয়ী তাৰকা।

ইয়াৰ লগে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখন মাল্টি ডে মেচৰ বাবে BCCIএ ঘোষণা কৰে। INDIA ‘A’ দলৰ অধিনায়ক দায়িত্ব অৰ্পণ কৰিলে ধ্ৰুৱ জুৰেলক। ইয়াৰ লগতে IPLত দুৰ্দান্ত প্ৰদৰ্শন কৰা দেৱদূত্ত পড়িক্কলক সহকাৰী অধিনায়কৰ দায়িত্ব দিলে BCCIএ।

INDIA ‘A’ দলটোঃ ধ্ৰুৱ জুৰেল (অধিনায়ক), ছাই সুদৰ্শন, আয়ুষ পাণ্ডে, দেৱদূত্ত পড়িক্কল (সহঃ অধিনায়ক), ঋতুৰাজ গায়কোৱাদ, হৰ্ষ ডুবে, সৰনশ জৈন, গুৰনূৰ ব্ৰাৰ, আকিব নবী, যশ ঠাকুৰ, অংশুল কামোজ, এন জগদীশন (WK), অমান মখড়ে, শ্বেইখ ৰছিদ, জীছান আনছাৰী।ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দল – শ্ৰেয়স আয়াৰ (অধিনায়ক), তিলক বাৰ্মা (সহঃ অধিনায়ক), ৰবি বিষ্ণয়, অভিষেক শৰ্মা, নিতিশ কুমাৰ ৰেড্ডী, মহম্মদ ছিৰাজ, সঞ্জু ছেমছন, অক্ষৰ পেটেল, হৰ্ষিত ৰানা, ইশান কিষাণ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, শিৱম ডুবে, বৰুণ চক্ৰৱৰ্তী, প্ৰিন্স যাদৱ আৰু বৈভৱ সূৰ্যবংশী।

আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দল – শ্ৰেয়স আয়াৰ (অধিনায়ক), তিলক বাৰ্মা (সহঃ অধিনায়ক), ৰবি বিষ্ণয়, অভিষেক শৰ্মা, নিতিশ কুমাৰ ৰেড্ডী, মহম্মদ ছিৰাজ, সঞ্জু ছেমছন, অক্ষৰ পেটেল, হৰ্ষিত ৰানা, ইশান কিষাণ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, শিৱম ডুবে, বৰুণ চক্ৰৱৰ্তী, প্ৰিন্স যাদৱ আৰু বৈভৱ সূৰ্যবংশী

এছিয়ান গেমছৰ বাবে ভাৰতীয় দলত আছে – শ্ৰেয়স আয়াৰ (অধিনায়ক), তিলক বাৰ্মা (সহঃ অধিনায়ক), ৰবি বিষ্ণয়, অভিষেক শৰ্মা, নিতিশ কুমাৰ ৰেড্ডী, জশপ্ৰীত বুমৰাহ, সঞ্জু ছেমছন, অক্ষৰ পেটেল, হৰ্ষিত ৰানা, ইশান কিষাণ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, শিৱম ডুবে, বৰুণ চক্ৰৱৰ্তী আৰু বৈভৱ সূৰ্যবংশী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments