Saturday, June 13, 2026
Homeৰাষ্ট্ৰীয়ভাৰতত মুকলি E85 ইন্ধন

ভাৰতত মুকলি E85 ইন্ধন

ভাৰতত মুকলি E85 ইন্ধন। দেশৰ ৪৮টা পেট্ৰ’ল পাম্পত মুকলি এই ইন্ধন।

E85 ইন্ধনত আছে ৮৫ শতাংশ ইথানল। ১৫ শতাংশহে পেট্ৰ’ল আছে এই ইন্ধনত। বৰ্তমান চলি থকা পেট্ৰ’লতকৈ ২০ টকা কম হ’ব E85 ইন্ধনৰ দাম। কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মুকলি কৰে E85 ইন্ধন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments