Wednesday, August 5, 2026
Homeউত্তৰ-পূৱঅপহৃত ৬ নগা পণবন্দীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই অগ্নিগৰ্ভা মণিপুৰ

অপহৃত ৬ নগা পণবন্দীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই অগ্নিগৰ্ভা মণিপুৰ

অপহৃত ৬ নগা পণবন্দীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই অগ্নিগৰ্ভা মণিপুৰ। চিকিৎসালয়ৰ সন্মুখত সহস্ৰাধিক লোকৰ জংগী প্ৰতিবাদ। নিৰাপত্তাৰক্ষীক শিলগুটি নিক্ষেপ প্ৰতিবাদী জনতাৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ। কেইবাগৰাকীও প্ৰতিবাদকাৰীৰ লগতে আহত আৰক্ষী জোৱানো। ‘নাগা পিপুলছ ফ্ৰন্ট’ৰ কাৰ্যালয়ত আক্ৰমণ, অগ্নিসংযোগ ক্ষুব্ধ জনতাৰ। সেনাপতি জিলাৰ কাৰঙত দুখনকৈ ট্ৰাকত অগ্নিসংযোগ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments