Saturday, June 27, 2026
Homeঅসমতিনিচুকীয়াত বাহৰ অসম আৰক্ষীৰ আইনশৃংখলা শাখাৰ IGP অখিলেশ সিং

তিনিচুকীয়াত বাহৰ অসম আৰক্ষীৰ আইনশৃংখলা শাখাৰ IGP অখিলেশ সিং

তিনিচুকীয়াত বাহৰ অসম আৰক্ষীৰ আইনশৃংখলা শাখাৰ IGP অখিলেশ সিং। তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক। অসম আৰক্ষীৰ অভিযান শাখাৰ IGP জিৎমল দলেৰো বৈঠকত অংশগ্ৰহণ।

তিনিচুকীয়া আৰক্ষী, সেনা-CRPFৰে আইনশৃংখলাৰ পৰিস্থিতি সন্দৰ্ভত বৈঠক। উগ্ৰপন্থীৰ কাৰ্যকলাপ ৰুধিবলৈ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক। বিগত দুদিন ধৰি তিনিচুকীয়া জিলাত বাহৰ IGP অখিলেশ সিঙৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments