Tuesday, July 28, 2026
Homeঅসমনাজিৰা, শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

নাজিৰা, শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

নাজিৰা, শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এক বিস্তৃত পৰ্যালোচনা বৈঠক মন্ত্ৰী কেশৱ মহন্ত, সুশান্ত বৰগোহাঁই আৰু বিমল বড়াৰ। বৈঠকত বানাক্ৰান্ত প্ৰতিগৰাকী লোকৰ ওচৰলৈ যাতে দ্ৰুতগতিত ত্ৰাণ, চিকিৎসা সেৱা আৰু সকলো অত্যাৱশ্যকীয় সামগ্ৰী উপলভ্য হয়, সেই দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান তিনি মন্ত্ৰীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments