Tuesday, July 28, 2026
Homeঅসমমহানগৰীৰ মালিগাঁও, কামাখ্যাৰ কেইবাটাও স্থানত ভূমিস্খলন

মহানগৰীৰ মালিগাঁও, কামাখ্যাৰ কেইবাটাও স্থানত ভূমিস্খলন

মহানগৰীৰ মালিগাঁও, কামাখ্যাৰ কেইবাটাও স্থানত ভূমিস্খলন। স্থানীয় ৰাইজ তথা কামাখ্যাৰ দৰ্শনাৰ্থীৰ বাবে হেল্পলাইন নম্বৰ 93654-29314 মুকলি প্ৰশাসনৰ।

বতৰৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যালৈ দৰ্শনাৰ্থীক নাহিবলৈ আহ্বান। ভূমিস্খলন প্ৰৱণ এলেকাৰ লোকসকলক নিৰাপদ স্থানলৈ যাবলৈ আহ্বান। কামৰূপ মহানগৰৰ অতিৰিক্ত জিলা আয়ুক্ত ৰাজা বৈশ্যৰ এই আহ্বান।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments