Saturday, September 12, 2026
Homeঅসমআগন্তুক দিনত SRD শিক্ষকসকলে ক’ৰ পৰা পাব দৰমহা?

আগন্তুক দিনত SRD শিক্ষকসকলে ক’ৰ পৰা পাব দৰমহা?

জনতা ভৱনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃবৰ্গৰ সৈতে বৈঠকত মিলিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। সামাজিক মাধ্যমত এই কথা অৱগত কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। এই বৈঠকত বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ দৰমহা প্ৰদান সন্দৰ্ভত আলোচনা কৰা হয়।

শিক্ষামন্ত্ৰীগৰাকীয়ে জনায় যে এই বৈঠকত শিক্ষক সমাজৰ নেতৃবৰ্গক পূৰ্বৰ ঠিকাভিত্তিক আৰু বৰ্তমান নিয়মীয়া হোৱা শিক্ষকসকলৰ দৰমহা ইতিমধ্যে অসম চৰকাৰে মুকলি কৰি দিয়াৰ কথা অৱগত কৰা হয়।লগতে ডাঃ পেগুৱে কয়, ‘‘আগন্তুক দিনতো এছ আৰ ডি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলে নিয়মীয়াকৈ দৰমহা ৰাজ‍্যিক ট্ৰেজাৰী ব‍্যৱস্থাৰ পৰা লাভ কৰিব, SNA-SPARSHৰ জৰিয়তে নহয়।’’

সংগঠনটোক কোনোধৰণৰ উৰাবাতৰিত বিশ্বাস কৰাৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ দিশত আগবাঢ়িবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে।লগতে বৈঠকত এই কথাও জনোৱা হয় যে সমগ্ৰ শিক্ষাৰ অধীনত থকা ঠিকাভি

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments