Saturday, September 12, 2026
Homeঅসমআৰক্ষী অধীক্ষক আছিফ আহমেদৰ সৈতে সাংবাদিকৰ সৌজন্যমূলক সাক্ষাৎ

আৰক্ষী অধীক্ষক আছিফ আহমেদৰ সৈতে সাংবাদিকৰ সৌজন্যমূলক সাক্ষাৎ

বিশ্বনাথৰ নতুন আৰক্ষী অধীক্ষক আছিফ আহমেদৰ সৈতে সাংবাদিকৰ সৌজন্যমূলক সাক্ষাৎ।
বিশ্বনাথ জিলাৰ নতুনকৈ দায়িত্ব গ্ৰহণ কৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদৰ সৈতে আজি বিশ্বনাথৰ স্থানীয় সাংবাদিকসকলে এখন সৌজন্যমূলক সাক্ষাৎকাৰত মিলিত হয়।

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সাক্ষাৎকাৰত জিলাৰ বিভিন্ন দিশত মত বিনিময় কৰা হয়। সাক্ষাৎৰ আৰম্ভণিতে সাংবাদিকসকলে নতুন জেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীক ফুলাম গামোচাৰে আদৰণি জনায়।সাক্ষাৎকাৰৰ শেষত দুয়োপক্ষই ভৱিষ্যতে এনে আলোচনা অব্যাহত ৰখাৰ সিদ্ধান্ত লয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments