গোৱালপাৰাৰ পৰা চিন্টু নাথৰ ৰিপৰ্ট:
- কাৰিপাৰা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থা আৰু কাৰিপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ
- কাৰিপাৰা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থা আৰু কাৰিপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ বান সাহায্য বিতৰণ ।
- শিৱসাগৰৰ নিমাইজানৰ বৃহত্তৰ গাওঁত বিতৰণ বান সাহায্য
- প্ৰায় ২০০ ঘৰ মানুহক বান সাহায্য প্ৰদান

গোৱালপাৰা জিলাৰ অন্তৰ্গত কাৰিপাৰা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থা আৰু কাৰিপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত যোৱা ১৯ জুলাইত অহা ভয়ংকৰ বানপানীয়ে ক্ষতি গোষ্ঠ পৰিয়ালৰ কাষত কাৰিপাৰা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থা আৰু কাৰিপাৰা আঞ্চলিক ছাত্ৰ সন্থা ।
কাৰিপাৰা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক চিন্টু নাথে কয় যে মানুহে মানুহৰ বাবে আমি জুবিন দেশৰ মানুহ জুবিন গাৰ্গৰ আদৰ্শৰে আগবাঢ়ি আহিছো নিজৰ সাধ্য অনুযায়ী যি পাৰোঁ মানুহ বোৰক সহায় হাত আগবাঢ়িছো,
শিবসাগৰৰ নিমাইজান গাঁৱৰ প্ৰায় ২০০ ঘৰ মানুহক সহায়ৰ হাত আগবঢ়াই সংগঠনটোৱে । প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী প্ৰদান কৰে গাঁও বাসীক ।
