Homeঅসমদুধনৈৰ দামৰাত গুলীচালনা অসম দুধনৈৰ দামৰাত গুলীচালনা By NEWS DESK August 25, 2026 0 80 Share FacebookTwitterPinterestWhatsApp দুধনৈৰ দামৰাত গুলীচালনাৰে জড়িত নায়ব আলী আৰু ছাবুল ইছলামক গ্ৰেপ্তাৰ। দুয়োকে আটক কৰি অবিৰত অনুসন্ধান চলোৱাৰ অন্তত গ্ৰেপ্তাৰ আৰক্ষীৰ। ২৩ আগষ্টৰ সন্ধিয়া গুলীচালনা কৰিছিল দুয়োৱে। গুলীচালনাত আহত হৈছিল এজন ব্যৱসায়ী। Share FacebookTwitterPinterestWhatsApp Previous articleডুমডুমাত আছুৰ প্ৰতিবাদৰ পিছতেই ফুটব্ৰীজৰ বাবে বিধায়কৰ পৰিদৰ্শনNext articleকেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক NEWS DESKhttps://anews24x7.com/ RELATED ARTICLES অসম শিলিখা চাহ বাগিচাত চাহ মজদুৰ সংঘৰ হুংকাৰ September 10, 2026 অসম অৱশেষত মুখ খুলিলে সুস্মিতাই September 10, 2026 অসম ‘ অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল শুই আছে নেকি? September 9, 2026 LEAVE A REPLY Cancel reply Comment: Please enter your comment! Name:* Please enter your name here Email:* You have entered an incorrect email address! Please enter your email address here Website: Save my name, email, and website in this browser for the next time I comment. Most Popular কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক September 11, 2026 শিলিখা চাহ বাগিচাত চাহ মজদুৰ সংঘৰ হুংকাৰ September 10, 2026 অৱশেষত মুখ খুলিলে সুস্মিতাই September 10, 2026 কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক September 10, 2026 Load more Recent Comments