- জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গঠন এজনীয়া তদন্ত আয়োগ
- এজনীয়া তদন্ত আয়োগত হাজিৰ প্রবাসী অসমীয়া অভিমন্যু তালুকদাৰ
- জুবিন গাৰ্গ যে জ্ঞানী আৰু মহান শিল্পী আছিল সেই কথা জনা নাছিল অভিমন্যুই
- জুবিনক ছিংগাপুৰত লগ পোৱাৰ পাছতহে জুবিন যে বহুত পড়াশুনা কৰা বুলি ভাবিছিল অভিমন্যুই
- জুবিন গাৰ্গৰ মৃত্যুৰ পাছতহে গম পাইছিল জুবিনে ৪০ হাজাৰ গীত গোৱাৰ কথা
- অসমত দুবছৰ থাকোতে জিতুল সোণোৱালকহে শিল্পী হিচাপে জানিছিল অভিমন্যুই
- জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থাৰ কথা নজনা বুলি উল্লেখ অভিমন্যু তালুকদাৰৰ
- য়ট পাৰ্টীৰ আয়োজক আছিল তন্ময় ফুকন ,অভিমন্যু তালুকদাৰ
- ‘জুবিনে চয়বাৰ সাগৰত নামোতে লাইভ জেকেট পৰিধান কৰা নাছিল’
- ‘প্রতীম নামৰ ছিংগাপুৰৰ এজনে জুবিনৰ সৈতে পানীত নামিছিল’
- শেষ মুহূর্তত জুবিনক কেনেকৈ পাইছিল অভিমন্যুই সেই কথা নক’লে স্পষ্টকৈ
- য়ট পার্টীত যোৱাৰ সময়ত অভিমন্যুৰে হৈছিল জুবিনৰ কথা বার্তা
- ‘তাত অসমৰ ইতিহাস, কলা-সংস্কৃতিক লৈ জুবিনে কৈছিল বহু কথা’
- ‘জুবিন পানীত ডুব যোৱাৰ ১০ মিনিটৰ ভিতৰত CPR পাইছিল’
- তাৰ পৰা হাস্পতাললৈ নিবলৈ আধা ঘণ্টা সময় লাগিছিল বুলি উল্লেখ
- ‘১৭ ছেপ্টেম্বৰত শ্যামকানুৰ নিৰ্দেশত যোগান ধৰা হৈছিল সুৰাৰ বটল’
- ‘সুৰাৰ বটলটো অভিমন্যুই যোগান ধৰিছিল শ্যামকানুক
