- বর্ষাপাৰাত বেষ্টইণ্ডিজৰ ৰাণৰ পাহাৰ
- ভাৰতৰ সন্মুখত ৪০৬ ৰাণৰ লক্ষ্য
- ৭ উইকেট হেৰুৱাই ৪০৫ ৰাণ সংগ্ৰহ ৱেষ্ট ইণ্ডিজৰ
- ৱেষ্ট ইণ্ডিজৰ তিনিজনকৈ বেটাৰৰ শতক অৰ্জন
- ৬৮টা বলত জন কেম্পৱেলৰ ১০১ ৰাণৰ ইনিংছ
- অধিনায়ক ছাই হোপৰ ১০৪ ৰাণৰ ইনিংছ
- আমীৰ জাংগুৱৰো শতক অর্জন
- ৭৭টা বলত ১১৪ ৰাণ সংগ্ৰহ আমীৰ জাংগুৱৰ
