Tuesday, October 27, 2026
Homeঅসমচামগুৰি সমষ্টিৰ কাঠপাৰাত নিৰ্বাচনৰ কৰ্তব্যৰত এগৰাকী আৰক্ষী জোৱানৰ মৃত্যু

চামগুৰি সমষ্টিৰ কাঠপাৰাত নিৰ্বাচনৰ কৰ্তব্যৰত এগৰাকী আৰক্ষী জোৱানৰ মৃত্যু

চামগুৰি সমষ্টিৰ কাঠপাৰাত নিৰ্বাচনৰ কৰ্তব্যৰত এগৰাকী আৰক্ষী জোৱানৰ মৃত্যু।

চামগুৰিৰ কাঠপাৰা মডেল কলেজত নিৰ্বাচনী কৰ্তব্যৰত অৱস্থাত SST টিমত কৰ্তব্যৰত আছিল আৰক্ষী জোৱানজন।

মৃত আৰক্ষী জোৱান জন নৰ্থ লখিমপুৰৰ লালুক আৰক্ষীথানাৰ অন্তৰ্গত ২৯ বছৰীয়া দীপাঙ্কৰ পেগুৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

নিৰ্বাচনী কৰ্তব্যৰ বাবে জামুগুৰি 12APBN কেম্পৰ পৰা ৰূপহীহাট আৰক্ষী থানাৰ কাঠপাৰালৈ আহিছিল আৰক্ষী জোৱানজন

মৃত আৰক্ষী জোৱানজনৰ ঘৰ হৈছে লখিমপুৰৰ লালুকত

মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ঘটস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোনোত্তৰ পৰিক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments