Tuesday, October 27, 2026
Homeঅসমনগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়

বিজেপিৰ দখলত নগাঁও লোকসভা সমষ্টি। শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই। বৃহৎ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক পৰাস্ত কৰিলে প্ৰাক্তন আই এ এছ বিষয়া দেৱাশীষ শৰ্মাই।
অৱশ্যে এতিয়াও নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণা বাকী। বিজেপিত যোগদান কৰিয়ে সাংসদ হিচাপে নিৰ্বাচিত হ’ল দেৱাশীষ শৰ্মা।
নগাঁও লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৯,০২,০০৯গৰাকী। সমষ্টিটোত ২,১১২টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। মুঠ ১৫গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত কৰিছিল।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments