Sunday, November 29, 2026
Homeঅসমএছিয়ান ট্ৰায়েথলন চেম্পিয়নশ্বিপত উজলিল তিনি অসম সন্তান

এছিয়ান ট্ৰায়েথলন চেম্পিয়নশ্বিপত উজলিল তিনি অসম সন্তান

এছিয়ান ট্ৰায়েথলন চেম্পিয়নশ্বিপত উজলিল তিনি অসম সন্তান
👉 অসমৰ নুপূৰ ডেকা, তুষাৰ ডেকা আৰু দেৱীকা শৰ্মাই লাভ কৰিলে স্থান
👉 ২৫-২৯ বয়সৰ শ্ৰেণীত সোণৰ পদক আজুৰিলে নুপূৰ ডেকাই
👉 ২০-২৪ বয়সৰ শ্ৰেণীত সোণৰ পদক লাভ কৰিলে তুষাৰ ডেকাই
👉 ২০-২৪ বয়সৰ শ্ৰেণীত ৰূপৰ পদক পাবলৈ সক্ষম দেৱীকা শৰ্মা
👉 জৰ্ডানৰ আকাবা চহৰত অনুষ্ঠিত হৈছিল এই বৰ্ষৰ এছিয়ান ট্ৰায়েথলন এলিত এণ্ড এজ গ্ৰুপ চেম্পিয়নশ্বিপ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments