Wednesday, July 9, 2025
Homeআন্তঃৰাষ্ট্ৰীয়দুই ভাৰতীয়ক নৃশংসভাৱে হত্যা হামাছাৰ

দুই ভাৰতীয়ক নৃশংসভাৱে হত্যা হামাছাৰ

ডিজিটেল ডেস্ক,১১ অক্টোবৰ: মধ্যপ্ৰাচ্যৰ গাজাষ্ট্ৰিপত আজিও অব্যাহত আছে ইজৰাইল আৰু পেলেষ্টাইীনৰ মাজত মহাৰণ ।তাৰ মাজতে ভৰতৰ কাৰণে আহি পৰিছে এক দূখ লগা খবৰ ।দুই ভাৰতীয়ক ইজৰাইলত হামাছা সংন্ত্ৰাসবাদী সন্থাই নিশংস ভাবে হত্যা কৰা ঘটনাই সমগ্ৰ দেশখনতে চাঞ্চল্যকৰ সৃষ্টি কৰিছে ।

ইজৰাইলত হামাছৰ আক্ৰমণত নিহত হৈছে ভাৰতীয় টিভি অভিনেত্ৰী মাধুৰা নাইকৰ খুলশালীয়েক আৰু ভায়েক । ভাৰতীয় অভিনেত্ৰী মাধুৰা নাইকে কয় যে তেওঁৰ ভায়েক আৰু খুলশালীয়েকক ৭ অক্টোবৰত হামাছৰ আক্ৰমণত নিহত হৈছিল ।অভিনেত্ৰী গৰাকীয়ে কয় তেওঁৰ দুই আত্মীয় খুলশালী আৰু ভায়েকক হামাছে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সন্মুখতে হত্যা কৰিছিল ।

ছ’চিয়েল মিডিয়াত এক অশ্ৰুসিক্ত বাৰ্তা শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । আতংকিত সন্তানৰ সন্মুখত গাড়ীৰ ভিতৰত গুলীচালনা কৰি হত্যা কৰা হয় দম্পতীহালক ।গাড়ীত উঠি পলাবলৈ চেষ্টা কৰি থকা অৱস্থাত হামাছৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰে দম্পতীহালক।

মোৰ পৰিয়ালৰ সন্মুখীন হোৱা দুখ আৰু আৱেগ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ।এই সমগ্ৰ ঘটনাৰ বিৱৰণ অভিনেত্ৰী গৰাকীয়ে সামাজি মাধ্যমত প্ৰচাৰ কৰে ।সংন্ত্ৰাসবাদী সন্থা হামাছা কিমান নিশংস হব পৰে ভাবি চাওক আপোনালোকে ।একপ্ৰকাৰৰ নৰপিশাচৰ আখ্যা স্বৰুপ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments