‘পবিত্ৰ বেংগলৰ ভূমিত বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব মমতা, হুমায়ুনক। ৫ মাৰ্চৰ পিছত পাতালৰ পৰা উলিয়াই জে’লত ভৰাম মমতাৰ গুণ্ডাক’। মমতা বেনাৰ্জী, হুমায়ুন কবীৰক তীব্ৰ ধমক দি বিস্ফোৰণ গৃহমন্ত্ৰী অমিত শ্বাহৰ।
‘৫ মে’ৰ পিছত পাতালত লুকালেও ধৰি আনি জে’লত ভৰাম। বাবৰি মছজিদ বনাবলৈ দিয়া নহ’ব বেংগলত’। মমতা বেনাৰ্জী আৰু হুমায়ুন কবীৰক তীব্ৰ সকীয়নি দি বিস্ফোৰণ গৃহমন্ত্ৰী অমিত শ্বাহৰ।
