Monday, June 1, 2026
Homeঅসমপ্ৰশংসাসূচক পত্ৰ প্ৰদান অনুষ্ঠান

প্ৰশংসাসূচক পত্ৰ প্ৰদান অনুষ্ঠান

  • বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ক জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুস্কিন জৈনে প্ৰদান কৰে প্ৰশংসাসূচক পত্ৰ।
  • বৰপেটা জিলা আৰক্ষীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰশংসাসূচক পত্ৰ প্ৰদান অনুষ্ঠান।
  • তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু পেছাগত দক্ষতাৰ বাবে আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ক এই প্ৰশংসাসূচক পত্ৰ প্ৰদান কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকে।
  • সঞ্জয় কুমাৰ ৰয়ৰ উপৰিও কেইবাগৰাকীও আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱানলৈ প্ৰশংসাসূচক পত্ৰ প্ৰদান কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকে।
  • ২০২৫ চনৰ ১৬ জুলাইত তাৰাবাৰী থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰিছিল উপ পৰিদৰ্শক সঞ্জয় কুমাৰ ৰয়ে।
  • তাৰাবাৰী থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰি কম সময়ৰ ভিতৰতে নিজৰ কৰ্ম দক্ষতাৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সঞ্জয় কুমাৰ ৰয়ে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments