📌ক’ত ৰখা হ’ব দেৱৰ্ষি আৰু ৰিণিকাৰ দুই সন্তানক?
📌সেই সিদ্ধান্ত এতিয়াও ল’ব পৰা নাই দুয়োটা পৰিয়ালে
📌শিশু দুটাৰ মানসিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সিদ্ধান্ত ল’ব পৰিয়ালে
📌’শিশু দুটি এতিয়া ঠিকেই আছে, ধুনীয়াকৈ খেলি আছে’
📌জনালে দেৱৰ্ষিৰ মহাক আৰু ৰিণিকাৰ মোমায়েকে
📌শিশু দুটিয়ে য’ত থাকি ভাল পায় তাতেই ৰখা হ’ব বুলি মন্তব্য দেৱৰ্ষিৰ মহাকৰ
📌কণমানিজনীৰ স্কুললৈ গৈ অধ্যক্ষৰ সৈতে আলোচনা কৰিব দেৱৰ্ষিৰ মহাক আৰু ৰিণিকাৰ মোমায়েকে
