- পৃথিৱীলে উভটিব ৯ মাহে মহাকাশত আৱদ্ধ মহাকাশচাৰী সুনীতা উইলিয়ামছ
- সুনীতাৰ লগতে উভটিব বুচ্ছ উইলম’ৰ
- দুয়োকে আনিবলৈ INTERNATIONAL SPACE STATIONত উপস্থিত SpaceX ৰ ৰকেট
- মাত্ৰ ৮ দিনৰ বাবেহে গৈছিল মহাকাশচাৰী দুজন
- কাৰিকৰী বিজুতিৰ বাবে ৯ মাহ মহাকাশতে থাকিব লগা হয় দুয়ো
