দীৰ্ঘদিনৰ পৰা কাৰাবন্দী হৈ থকা বীৰ লাচিত সেনাৰ নেতা ৰণ্টু পানীফুকন আৰু বিকাশ অসম মুকলি আকাশৰ তলত ।
তিনিচুকীয়া জিলা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ উলাই অহাত বিপুল আদৰণি নেতা-কৰ্মীসকল ।
বীৰ লাচিত সেনাৰ বহুসংখ্যক নেতা-কৰ্মীৰ লগতে শুভাকাংক্ষীসকলে কাৰামুক্ত নেতাসকলক উষ্ম আদৰণি জনায় নেতা-কৰ্মীৰ লগতে শুভাকাংক্ষীসকলে ।
