Saturday, April 25, 2026
Homeঅসমৰাজ্যৰ ১৯খন জিলাৰ বাবে ৯৪৪টা স্নাতক শিক্ষকৰ পদ সৃষ্টি

ৰাজ্যৰ ১৯খন জিলাৰ বাবে ৯৪৪টা স্নাতক শিক্ষকৰ পদ সৃষ্টি

  • ৰাজ্যৰ ১৯খন জিলাৰ বাবে ৯৪৪টা স্নাতক শিক্ষকৰ পদ সৃষ্টি
  • চাহ বাগিচা আদর্শ বিদ্যালয়ত থকা জিলাত সৃষ্টি এই পদ
  • ৰাজ্যৰ ১৯ জিলাত আছে ১১৮ খন চাহ বাগিচা আদর্শ বিদ্যালয়
  • প্রতিখন আদর্শ বিদ্যালয়ত সৃষ্টি ৮টাকৈ স্নাতক শিক্ষকৰ পদ
  • বর্তমানে কৰ্মৰত শিক্ষকসকল নিযুক্ত হ’ব সংশ্লিষ্ট পদত
  • সংশ্লিষ্ট শিক্ষকসকল পূৰ্বে কৰ্মৰত আছিল অন্য বিদ্যালয়ত
  • লগতে এতিয়াৰে পৰা চাহ বাগিচা আদর্শ বিদ্যালয়ৰ পৰাই দৰমহা পাব
  • শিক্ষকসকলে ইয়াৰ বাবে চাহ বাগিচা আদর্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকক বিত্তীয় ক্ষমতা প্রদান
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments