Sunday, April 26, 2026
Homeঅসমচাবুৱাৰ হাতীআলিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয় দুৰ্ঘটনা

চাবুৱাৰ হাতীআলিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয় দুৰ্ঘটনা

চাবুৱাৰ হাতীআলিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয় দুৰ্ঘটনা

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয় দুৰ্ঘটনা

ডিব্ৰুগড়ৰ পৰা নিজ জন্ম গাঁও চাবুৱা বিন্ধাকটালৈ আহি থকা অৱস্থাত চাবুৱাৰ হাতীআলি বাইপাছত কনভয় দুৰ্ঘটনা সংঘটিত হয় ।

জানিব পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী থকা কনভয় তিনিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয় ।

অৱশ্য দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments