Tuesday, July 28, 2026
Homeঅসমআজিৰে পৰা গুৱাহাটীৰ বিভিন্ন উদ্যানত প্ৰৱেশ কৰিলে দিব লাগিব মাচুল

আজিৰে পৰা গুৱাহাটীৰ বিভিন্ন উদ্যানত প্ৰৱেশ কৰিলে দিব লাগিব মাচুল

আজিৰে পৰা গুৱাহাটীৰ বিভিন্ন উদ্যানত প্ৰৱেশ কৰিলে দিব লাগিব মাচুল
জোৰপুখুৰী পার্ক, উজান বজাৰ
২০ টকা
গান্ধী মণ্ডপ, শৰণীয়া পাহাৰ
২০ টকা
অমৃত উদ্যান, হেঙেৰাবাৰী
৩০ টকা
অটল উদ্যান, আদাবাৰী
৩০ টকা
শ্রদ্ধাঞ্জলি কানন
৩০ টকা
নেহৰু পার্ক, পাণবজাৰ
৫০ টকা
বটানিকেল গার্ডেন, ফাঁচী বজাৰ
৬০ টকা
সতী ৰাধিকা শান্তি উদ্যান, উজান বজাৰ
৬০ টকা
ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট, পাণবজাৰ
৬০ টকা
মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ
১৫০ টকা
গুৱাহাটী ৰ’পৱে, পাণবজাৰ (এৰাৰত)
২৫০ টকা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments