গুৱাহাটীত পুনৰ বতৰৰ পৰিৱৰ্তনৰ সম্ভাৱনা। পুৱাৰে পৰা সমগ্ৰ গুৱাহাটীত উৎকট গৰমে দহিছে যদিও হঠাৎ গুৱাহাটীত হৈছে বতৰ পৰিৱৰ্তন।
দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, মাজুলী, গোলাঘাট, কাৰ্বি আংলং, নগাঁও, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই আজি Yellow Alert জাৰি কৰিছে।
দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, মাজুলী, গোলাঘাট, কাৰ্বি আংলং, নগাঁও, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত বিজুলীসহ ঢেৰেকনি অহাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
কোকৰাঝাৰ, বঙাইগাঁও, দৰং, মৰিগাঁও, নগাঁও, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আজি নিশালৈ অতিপাৰ বৰষুণ হোৱাৰো সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
