Tuesday, July 28, 2026
Homeঅসমচেঙাত সাপ্তাহিক বজাৰ মুকলি

চেঙাত সাপ্তাহিক বজাৰ মুকলি

  • চেঙাত সাপ্তাহিক বজাৰ মুকলি।
  • চেঙাৰ চাউলখোৱা পাৰত মুকলি কৰা হৈছে নতুন সাপ্তাহিক বজাৰ।
  • প্ৰতি সোমবাৰে অনুষ্ঠিত হ’ব এই সাপ্তাহিক বজাৰখন।
  • চেঙা মুছলমান গাঁও উন্নয়ন সমিতিৰ তত্বাৱধানত মুকলি কৰা হৈছে বজাৰখন।
  • চেঙা চাউলখোৱা পাৰ আঞ্চলিক হাট-বজাৰ বুলি নামাকৰণ কৰা হৈছে বজাৰখনক।
  • ৯৯ নং চেঙা মুছলমান পাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰশ্মিনা পাৰবিনে ৰঙা ফিটা কাটি মুকলি কৰে বজাৰখন।
  • চেঙা-ব্যাসকুছি পথৰ ঐতিহাসিক চাউলখোৱা নদীৰ ওচৰতে সাপ্তাহিক বজাৰখনৰ স্থান নিৰ্ধাৰণ কৰা হৈছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments