Monday, June 1, 2026
Homeৰাষ্ট্ৰীয়ইম্ফলৰ পৰা সুকলমে উদ্ধাৰ ১৩২ গৰাকী NCC কেডেটক

ইম্ফলৰ পৰা সুকলমে উদ্ধাৰ ১৩২ গৰাকী NCC কেডেটক

ইম্ফলৰ পৰা সুকলমে উদ্ধাৰ ১৩২ গৰাকী NCC কেডেটক। ইতিমধ্যে কেডেটসকলক বায়ু সেনাৰ সহায়ত উদ্ধাৰ কৰি সুৰক্ষিতভাৱে গুৱাহাটী আৰু যোৰহাটৰ গন্তব্য স্থানলৈ নিয়া হৈছে। নিৰাপত্তাজনিত কাৰণত পথ যোগাযোগ বন্ধ থকাত বায়ু সেনাৰ এই ব্যৱস্থা। ১১ৰ পৰা ২০ মে’লৈ ইম্ফলত অনুষ্ঠিত হয় উত্তৰ-পূৰ্বাঞ্চলীয় উৰণ শিবিৰ। শিবিৰত অংশগ্ৰহণৰ বাবে গৈছিল NCCৰ দলটো। NCCৰ সঞ্চালকালয়ৰ পৰামৰ্শমৰ্মে বায়ু সেনাই উদ্ধাৰ কৰে কেডেটসকলক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments