Saturday, June 13, 2026
Homeঅসমৰাজ্য চৰকাৰৰ ২ লাখ নিযুক্তি

ৰাজ্য চৰকাৰৰ ২ লাখ নিযুক্তি

  • ৰাজ্যত দুই লাখ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ
  • সংশ্লিষ্ট বিভাগক খালী পদৰ সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ
  • ১৭ জুনৰ ভিতৰত দাখিল কৰিব লাগিব খালি পদৰ তথ্য
  • প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবলৈ নিৰ্দেশনা জাৰি
  • প্ৰতিটো পদৰ বিপৰীতে উল্লেখ কৰিব লাগিব ন’ডেল বিভাগৰ নাম
  • খালী পদৰ তথ্য উপলব্ধ হ’লেই আৰম্ভ হ’ব নিযুক্তি প্রক্রিয়া
  • দুই লাখ নিযুক্তিৰ বাবে ইতিমধ্যে গঠন হৈছে টাস্ক ফ’ৰ্চ
  • মুখ্য সচিবৰ অধ্যক্ষতাত গঠন এই টাস্ক ফ’ৰ্চ
  • টাস্ক ফ’ৰ্চৰ পৰামৰ্শ অনুসৰি কৰ্মচাৰী (খ) বিভাগৰ নিৰ্দেশনা জাৰি
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments