Tuesday, June 2, 2026
Homeঅসমনৱম সদৌ অসম পেনচাক ছিলাট প্ৰতিযোগিতা:২০২৬-২৭ৰ সফল সামৰণি

নৱম সদৌ অসম পেনচাক ছিলাট প্ৰতিযোগিতা:২০২৬-২৭ৰ সফল সামৰণি

ৱম সদৌ অসম পেনচাক ছিলাট প্ৰতিযোগিতা:২০২৬-২৭ৰ সফল সামৰণি: শ্ৰেষ্ঠ দ’ল ধেমাজি
প্ৰতিযোগিতা:২০২৬-২৭ত ধেমাজি জিলাই শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিছে ।

শোণিতপুৰ ঢেকিয়াজুলী ভোটপাৰা ইনড’ৰ ষ্টেডিয়ামত ২৯ মে’ৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ৩১ মে”, দেওবাৰে সফল সামৰণি পৰে । অসমৰ ৩৪খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ধেমাজী জিলাই ৩১টা সোণ, ১২ টা ৰূপ, ৯ টা ব্ৰঞ্জেৰে মুঠ ৫২টা পদক অৰ্জন কৰি শ্ৰেষ্ঠ বিজেতাৰ দলত পৰিণত হয়। মাজুলী দলে ১০ টা সোণ, ৪ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জসহ মুঠ ২০টা পদকেৰে দ্বিতীয় স্থান আৰু ডিব্ৰুগড় জিলাই ৯ টা, সোন ৫ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থান লাভ কৰে।

অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত প্ৰতিযোগিতাখনিৰ উদ্বোধণি অনুষ্ঠানত ঢেকিয়াজুলি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অশোক সিংঘাল আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা অসম পেনচাক ছিলাট সন্থা সন্থা তথা উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট ফেডাৰেচনৰ প্ৰতিস্থাপক পৰমানন্দ চায়েঙীয়া,

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments