Tuesday, April 7, 2026
Homeঅসম'তেওঁলোকে নিজেই পাহৰি যাই কত কত কিমান সম্পত্তিৰ পাহাৰ আছে'

‘তেওঁলোকে নিজেই পাহৰি যাই কত কত কিমান সম্পত্তিৰ পাহাৰ আছে’

# কংগ্ৰেছৰ পৱন খেৰাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ওপৰত অভিযোগ সন্দৰ্ভত বঢ়মপুৰৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ মন্তব‍্য।#

তেওঁলোকে নিজেই পাহৰি যাই কত কত কিমান সম্পত্তিৰ পাহাৰ আছে।

অসমখনক তেওঁলোকৰ source of income বনাই পেলালে।

বঢ়মপুৰত জিতু গোস্বামী ফেক্টৰ নহয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments