সামগ্ৰীৰ দাম বৃদ্ধি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বৈঠক। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা। ৩-৪ দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠক আহ্বানৰ নিৰ্দেশ।

পাইকাৰী আৰু খুচুৰা দোকানত মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক। অস্বাভাৱিক দাম বৃদ্ধি কৰিলে বাতিল হ’ব ট্ৰেড লাইচেন্স। জিলা আয়ুক্তক সাপ্তাহিক পৰ্যালোচনা কৰাৰ নিৰ্দেশ।
LPGৰ বিতৰণৰ আসোঁৱাহ দূৰ কৰাৰ বাবেও পদক্ষেপ। প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনা আঁচনিৰ হিতাধিকাৰীক দ্ৰুত আধাৰ সংযোজনৰ আহ্বান।
