Saturday, June 13, 2026
Homeঅসমপ্ৰথমলানি বিভাগীয় পৰ্যালোচনা বৈঠকত মিলিত হ'ল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

প্ৰথমলানি বিভাগীয় পৰ্যালোচনা বৈঠকত মিলিত হ’ল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

৬ জুলাইৰ পৰা অসম বিধান সভাৰ বাজেট অধিৱেশন। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব বাজেট। ইয়াকে কেন্দ্ৰ কৰি বিভাগে বিভাগে চলিছে পৰ্যালোচনা।

প্ৰথমলানি বিভাগীয় পৰ্যালোচনা বৈঠকত মিলিত হ’ল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। প্ৰাথমিক, মাধ্যমিক, উচ্চ, কাৰিকৰী শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰে মিলিত হ’ল পৰ্যালোচনা বৈঠকত। এই বৈঠকতে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰেৰণ কৰিব বিত্ত বিভাগলৈ। ইয়াৰ ভিত্তিতে শিক্ষা বিভাগৰ বাবে ধাৰ্য হ’ব প্ৰয়োজনীয় বাজেট। শিক্ষা বিভাগৰ শীৰ্ষ সূত্ৰই জনালে এই তথ্য।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments