Monday, June 15, 2026
Homeঅসমতামিলনাডুত সন্ধানহীন নগাঁৱৰ যুৱক

তামিলনাডুত সন্ধানহীন নগাঁৱৰ যুৱক

📌তামিলনাডুত সন্ধানহীন নগাঁৱৰ যুৱক

📌নিৰুদ্দিষ্ট যুৱকজন হৈছে নগাঁৱৰ ৰণথলি আদৰ্শ গাঁৱৰ শৰৎ বনিয়া

📌হায়দৰাবাদলৈ যোৱা যুৱকজন দুষ্ট চক্ৰৰ কবলত পৰিছিল ৰে’লত

📌কেইজনমান যুৱকে তেওঁক বাঙ্গালুৰুলৈ লৈ যোৱাৰ কথাৰে পোৱালেগৈ তামিলনাডু

📌চক্ৰটোৱে কাঢ়ি লৈছিল তেওঁৰ ম’বাইল আৰু ধন

📌১৭ মে’ত তেওঁ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল এটা অজ্ঞাত নম্বৰৰ পৰা

📌ফোনযোগে জনাইছিল দুষ্ট চক্ৰৰ প্ৰলোভনৰ কথা

📌ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ

📌২৬ বছৰীয়া যুৱকজনৰ কোনো সম্ভেদ পালে ৭৮৯৬৪-৬২২০৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে আহ্বান জনাইছে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments