অসমত আন্তঃৰাজ্যিক প্ৰৱঞ্চকৰ ৰেকেট উৎখাত

ব্যৱসায়ীক প্ৰতাৰণা কৰিবলৈ ভুৱা GHADC ৱৰ্ক অৰ্ডাৰ ব্যৱহাৰ কৰা ছয়জনক গ্ৰেপ্তাৰ

পশ্চিম গাৰো পাহাৰ আৰক্ষীয়ে অসমৰ পৰা গ্ৰেপ্তাৰ কৰে আটাইকে

ভুক্তভুগীৰ তথ্য আৰু GHADCৰ সচিবে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ প্ৰৱঞ্চক কেইটাক

ইয়াৰে পাঁচজনক গুৱাহাটীৰ গ্ৰীণউড হোটেলৰ পৰা গ্ৰেপ্তাৰ

ঋতুৰাজ কৌন্দিন্য নামৰ আন এজনক তেজপুৰৰ পৰা গ্ৰেপ্তাৰ

ধৃত লোককেইজন গুৱাহাটীৰ পাথৰকুৱেৰীৰ নৰেন্দ্ৰ সিং, গীতানগৰৰ দীপ হাজৰিকা,

গোলাঘাটৰ মৃদুপৱন গগৈ, বঙাইগাঁৱৰ কোক্কল দত্ত, তেজপুৰৰ ঋতুৰাজ কৌন্দিন্য আৰু ফৰিদাবাদৰ তাপস মুখাৰ্জী

অভিযুক্ত কেইজনৰ পৰা ভুৱা ৱৰ্ক অৰ্ডাৰ, অন্যান্য নথি সহ নগদ ৫০ হাজাৰ টকা জব্দ

প্ৰৱঞ্চক কেইটাই ভুক্তভুগীৰ পৰা ৩ লাখ টকা সৰকোৱাৰ অভিযোগ

পৰৱৰ্তী সময়ত ভুক্তভুগীৰ পৰা প্ৰায় ৪৬ কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰৰ ৪% লুট কৰাৰ পৰিকল্পনাৰ অভিযোগ