Saturday, June 27, 2026
Homeঅসম৫ জুলাইৰ পৰা পাৰ্কলৈ গ’লে ভৰিব লাগিব ধন

৫ জুলাইৰ পৰা পাৰ্কলৈ গ’লে ভৰিব লাগিব ধন

বৰ্তমান গুৱাহাটীৰ সকলো পাৰ্কত প্ৰৱেশ মূল্য নাই যদিও অহা ৫ জুলাইৰ পৰা প্ৰৱেশ মাচুল দিব লাগিব প্ৰত্যেকজন দৰ্শণাৰ্থীয়ে। এতিয়াৰে পৰা বিনামূলীয়াকৈ প্ৰৱেশ কৰিব নোৱাৰিব গুৱাহাটীৰ কোনো এখন উদ্যানতে। কেইবাটাও মাহ সম্পূৰ্ণ বিনামূলীয়া প্ৰৱেশৰ সুবিধা দিয়াৰ পাছত GMDAৰ সিদ্ধান্ত অনুসৰি বেলেগ বেলেগ পাৰ্কত নিৰ্ধাৰণ কৰা হৈছে বেলেগ বেলেগ প্ৰৱেশ মাছুল।
ইতিমধ্যে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ GMDAয়ে নিৰ্ধাৰণ কৰি দিছে প্ৰৱেশ মাচুলৰ মূল্য।
🚨 গুৱাহাটীৰ বিভিন্ন উদ্যানত প্ৰৱেশৰ নতুন মাচুল
👉 জোৰপুখুৰীৰ পাৰ্কৰ প্ৰৱেশ মাচুল ২০ টকা
👉 গান্ধী মণ্ডপৰ প্ৰৱেশ মাচুল ২০ টকা
👉 অমৃত উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা
👉 অটল উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা
👉 শ্ৰদ্ধাঞ্জলি কাননৰ প্ৰৱেশ মাচুল ৩০ টকা
👉 নেহৰু পাৰ্কৰ প্ৰৱেশ মাচুল ৫০ টকা
👉 বটানিকেল গাৰ্ডেনৰ প্ৰৱেশ মাচুল ৬০টকা
👉 সতী ৰাধিকা শান্তি উদ্যানৰ প্ৰৱেশ মাচুল ৬০ টকা
👉 ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ প্ৰৱেশ মাচুল ৬০ টকা
👉 ৰিভাৰ হেৰিটেজ চেণ্টাৰৰ প্ৰৱেশ মাচুল ১৫০ টকা
👉 গুৱাহাটীৰ ৰ’পৱেৰ প্ৰৱেশ মাচুল ২৫০ টকা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments