Saturday, June 27, 2026
Homeঅসমতিনিচুকীয়াৰ জাগুনত আটক দুই আলফা(স্বাধীন)ৰ সদস্য

তিনিচুকীয়াৰ জাগুনত আটক দুই আলফা(স্বাধীন)ৰ সদস্য

  • তিনিচুকীয়াৰ জাগুনত আটক দুই আলফা(স্বাধীন)ৰ সদস্য
  • অসম আৰক্ষীয়ে আটক কৰে সদস্য দুই গৰাকীক।।
  • আটকাধিন আলফা সদস্য দুই গৰাকী নাম চিঞৰ অসম আৰু মনোজ অসম বুলি জানিব পৰা গৈছে।।
  • ম্যানমাৰ পৰা অৰুণাচল জয়ৰামপুৰ হৈ AR20A5892 নম্বৰৰ এখন swift বাহনত আহি থকা অৱস্থাত অসম আৰক্ষীয়ে জাগুন বজাৰত আটক কৰে আলফা সদস্য দুই গৰাকীক।।।
  • আটকাধিন আলফা সদস্যৰ পৰা জব্দ দুটা AK56 ৰাইফলছ ছয়টাকৈ মেগজিন আৰু গ্ৰেণেড।।
  • আটকাধিন সদস্য দুই গৰাকী জাগুন দিশে আহি থকাৰ সম্ভেদ পূৰ্বতে লাভ কৰিছিল অসম আৰক্ষীয়ে।।।
  • আটকাধিন আলফা সদস্য দুগৰাকীক তিনিচুকীয়ালৈ লৈ অনা হৈছে বুলি জানিব পৰা গৈছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments