- ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি GMCHত নিশা উত্তেজনা
- চিকিৎসকৰ গাফিলতিৰ বাবেই বিজয় দাস নামৰ এজন ২৮ বছৰীয়া যুৱকৰ মৃত্যুৰ অভিযোগ
- জ্বৰ, পেটৰ বিষত আক্ৰান্ত হৈছিল বিজয় দাস।
- শুকুৰবাৰে দিনৰ ভাগত হ্ৰাস পাইছিল অক্সিজেনৰ পৰিমাণ
- তাৰ পাছতে GMCHত ভৰ্তি কৰোৱা হৈছিল বিজয় দাসক
- চিকিৎসকে ৰোগীজনক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ।
