Friday, September 11, 2026
Homeৰাজনৈতিক৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উজবেকিস্তান আৰু কিৰ্গিজস্তানলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী। ২৯ৰ পৰা ৩০ আগষ্টলৈ প্ৰধানমন্ত্ৰী থাকিব উজবেকিস্তানত।

বাণিজ্য, স্বাস্থ্য, শিক্ষা আদি বিষয়ত হ’ব দ্বিপাক্ষিক বৈঠক। ইয়াৰ পাছতে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত কিৰ্গিজস্তানত থাকিব মোদী। SCO সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে।

এই বৈঠকতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও বৈঠকৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে মধ্য এছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰাৰ সম্ভাৱনা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments