Friday, September 11, 2026
Homeআন্তজাৰ্তিকনেপালৰ জলপ্ৰলয়ত সন্ধানহীন অসমৰ লোকৰ সন্ধান লাভ

নেপালৰ জলপ্ৰলয়ত সন্ধানহীন অসমৰ লোকৰ সন্ধান লাভ

  • নেপালৰ জলপ্ৰলয়ত সন্ধানহীন অসমৰ লোকৰ সন্ধান লাভ
  • পশ্চিম কাৰ্বি আংলঙৰ পূৱ ভেলাপাৰাৰ ৪ জন লোকৰ ৩ জনৰ সন্ধান লাভ
  • তিনিওজন সুস্থ অৱস্থাত থকাৰ তথ্য লাভ
  • সন্ধান লাভ কৰা লোক ৩ জন ভেচন মাৰাক (৩০), চিলভা মাৰাক (২৭) আৰু এল্টিচন চাংমা (২৮)
  • এই পর্যন্ত সন্ধানহীন বিৰচন চাংমা (৪০)
  • ত্রিশূলী জলবিদ্যুৎ প্রকল্পত শ্রমিক হিচাপে কৰ্মৰত আছিল আটাইকেইজন
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments