- ন্যায় প্ৰদান আৰু অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেশৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্যৰ তালিকাত অসম
- অসমৰ প্ৰদৰ্শনৰ হাৰ ৯২.১৬ শতাংশ
- ৰাষ্ট্ৰীয় গড় ৭৪.৮৬ শতাংশতকৈ যথেষ্ট অধিক অসমৰ সফলতাৰ হাৰ
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিলে বিশেষ প’ষ্ট
