Mig-Bison নহয় ATR চলাব বালাকোটৰ হিৰ’ গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্তমানে

বায়ু সেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ল’লে অভিনন্দন বৰ্তমানে

Fly 91 নামৰ ব্যক্তিগত বিমান কোম্পানীৰ পাইলট হিচাপে যোগ দিলে অভিনন্দনে

বালাকোট এয়াৰষ্ট্ৰাইকৰ সময়ত পাকিস্তানৰ F-16 ভূপতিত কৰিছিল তেওঁ

বিমানৰ পৰা Eject হৈ পাকিস্তানৰ ভূখণ্ডত পৰিছিলগৈ অভিনন্দন

৩ দিন পাক সেনাৰ জিম্মাত থকাৰ পিচত ভাৰতক গতাইছিল পাকিস্তানে

তেওঁৰ বীৰত্বৰ বাবে বীৰ চক্ৰ পুৰস্কাৰেৰে সন্মানিত কৰিছিল ৰাষ্ট্ৰপতিয়ে

বৰ্তমান গোৱা-হায়দৰাবাদ পথত প্ৰশিক্ষণ চলি আছে তেওঁৰ

প্ৰশিক্ষণ সম্পূৰ্ণ হ’লেই ATR 72-600 চলাব দক্ষ যুঁজাৰু বিমানৰ পাইলটজনে