সদৌ অসম সাংবাদিক সন্থা (আজু)ত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে চতিয়াৰ জ্যেষ্ঠ সাংবাদিক অঞ্জন শইকীয়াই।আপকুৰ বিশ্বনাথ জিলা সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত থকা অঞ্জন শইকীয়াই আপকু এৰি যোগদান কৰে আজুত। সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ সভাপতি পংকজ কুমাৰ নাথ, প্ৰধান সম্পাদক নকুল তালুকদাৰ আৰু সহকাৰী সম্পাদক ভুৱন শইকীয়াৰ উপস্থিতিত আজি বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এখন সভাত আজুত যোগদান কৰে অঞ্জন শইকীয়াই।
